Home ৰাজ্যবিলাসীপাৰাত ড৹ বি আম্বেদকাৰৰ স্মৃতি দিৱস

বিলাসীপাৰাত ড৹ বি আম্বেদকাৰৰ স্মৃতি দিৱস

by News Desk
A+A-
Reset
51ebcyT22fL

বিলাসীপাৰা,৬ ডিচেম্বৰঃ  আজি বিলাসীপাৰাত বিস্তৃত কাৰ্য্যসূচীৰে ভাৰতৰত্ন ড৹ বি আম্বেদকাৰৰ ৬৩ তম মহাপ্ৰয়াণ দিৱস পালন কৰা হয়। বিলাসীপাৰাস্হিত ড৹ বি আৰ আম্বেদকাৰ ভৱন পৰিচালনা সমিতি ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা চাৰিগৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। 

বিশিষ্ট কবি, সাহিত্যিক নিখিল বসমুতাৰী, বিশিষ্ট পৰিবেশবিদ দিলীপ দাস, বিশিষ্ট মৃৎশিল্পী পংকজ পাল আৰু তিলক চন্দ্ৰ প্ৰসাদক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। পুৱা পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে বিলাসীপাৰা আম্বেদকাৰ  ভৱনৰ পৰিচালনা সমিতি ৰ সভাপতি শ্ৰীযুত দয়াল পাল ডাঙৰীয়া দেৱে। ড৹ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তি মাল্যপৰ্ণ কৰে বিলাসীপাৰা আম্বেদকাৰ ভৱনৰ পৰিচালনা সমিতি ৰ সাধাৰণ সম্পাদক ডাঃ কানু লাল দাসে। বন্তি প্ৰজ্জ্বলন আদি অনুষ্ঠানৰ পাছত ড৹ বি আৰ আম্বেদকাৰৰ জীৱনক লৈ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0