Home ৰাজ্যগণতান্ত্ৰিক অধিকাৰ সাব্যস্তৰ বাবে গৈ দীঘলীয়া শাৰীত ঢলি পৰিল যুৱক

গণতান্ত্ৰিক অধিকাৰ সাব্যস্তৰ বাবে গৈ দীঘলীয়া শাৰীত ঢলি পৰিল যুৱক

by News Desk
A+A-
Reset
d7b83bfe-ac3a-4abd-a984-bd9eb47de126

নলবাৰীঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ দেওবাৰে হৈ যায়l নলবাৰী জিলাকে ধৰি মুঠ ১০ খন জিলাত হৈছিল ভোট গ্ৰহণ৷

এনেদৰে এতিয়া ভোটাৰ ৰাইজে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰাৰ্থী সকলৰ ভাগ্য বন্দী কৰিছে বেলেট বাকচসমূহত। নলবাৰী সদৰ বিধান সভা সমষ্টিৰ ৭ নং পূব বাঁহজানী গাঁও পঞ্চায়তৰ তিলানা ৬৫৬ নং প্ৰাথমিক  বিদ্যালয়ত পুৱাৰেপৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা গ’ল ৷ কেন্দ্ৰটোৰ মুঠ ভোটাৰ সংখ্যা আছিল ১১০৯ গৰাকী৷ উক্ত কেন্দ্ৰটোত ভোটদাতাৰ সংখ্যা যথেষ্ট হোৱাত আৰু মাত্ৰ এটা কেন্দ্ৰ হোৱাত বহুখিনি  অসুবিধাৰ সৃষ্টি হৈছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0