Home ৰাজনীতিএসময়ৰ মহা প্ৰতাপী মন্ত্ৰী ৰকিবুলৰ ভেটিত কঁপনি তুলিলে বি জে পিয়ে

এসময়ৰ মহা প্ৰতাপী মন্ত্ৰী ৰকিবুলৰ ভেটিত কঁপনি তুলিলে বি জে পিয়ে

by News Desk
99 views
A+A-
Reset

নগাঁওঃ  ”একালৰ বৃন্দাবন একালে পৰে চন” —এই আপ্ত বাক্য শাৰী প্ৰযোজ্য হৈছে এসময়ৰ মহা প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনৰ ক্ষেত্ৰত। আজি পুৱাৰে চলি থকা ভোট গননা অনুসৰি এইগৰাকী ভগা-মন্ত্ৰীৰ গৃহ সমষ্টিত কংগ্ৰেছৰ বিপৰ্যয়ৰ বিপৰীতে গেৰুৱা দল বি জে পিৰ উত্থাপনে বিশেষ তাৎপৰ্য বহন কৰিছে। আনকি মন্ত্ৰী ৰকিবুল হুছেইনে ভোটাধিকাৰ সাব্যস্ত কৰা আমলখি পঞ্চায়ততো কংগ্ৰেছৰ শোচনীয় পৰাজয় হয়। 

পঞ্চায়তটোৰ দহটা ৱাৰ্ডত ভিতৰত ৯ টা ৱাৰ্ডতে বি জে পিৰ প্ৰাৰ্থীয়ে জয় লাভ কৰাৰ লগতে হুছেইনে ভোট দান কৰা ৪ নং ৱাৰ্ডতো কংগ্ৰেছৰ বিপৰ্যয় ঘটে। চামগুৰি সমষ্টিৰ আমলখি পঞ্চায়তত বি জে পিৰ সভাপতি পদত সোনালী বেহেৰা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ৰাজু চবৰে জয় লাভ কৰাৰ বিপৰীতে আমবাগান গাঁও পঞ্চায়তত সভাপতি পদত চনম মণ্ডল আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত কল্পনা সিং বনিকে জয় লাভ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0