90
মৰিয়নীঃ মৰিয়নীত কেইজনমান সমাজ সচেতন ই-ৰিস্কা চালকৰ তৎপৰতা এগৰাকী মানসিকভাৱে বাধাগ্ৰস্তত ৪০ উৰ্ধৰ মহিলাৰ প্ৰাণ ৰক্ষা পৰে৷
দেওবাৰে প্ৰায় একসপ্তাহমানৰপৰা মৰিয়নী জংচনৰ সন্মুখত এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত মহিলা পৰি থকা প্ৰত্যক্ষ কৰে একাংশ ই-ৰিস্কা চালকে৷ তেওঁলোকে নিজৰ সামৰ্থ অনুযায়ী মহিলাগৰাকীক সহায় কৰিছিল খাদ্য আৰু কাপোৰ দি৷