57
কাৰ্বি আংলং ব্যুৰ’: ১৪ ডিচেম্বৰৰ নিশা প্রায় ৯ বজাত কোনো অজ্ঞাত দুৰ্বৃত্তৰদ্বাৰা অপহৃত হৈ থকা যুৱ ব্যৱসায়ী চন্দন কুমাৰ সিঙৰ আজি পৰ্যন্ত নাই কোনো সন্ধান।
।steel Bricks নামৰ দুটাকৈ ইটা ভাতাৰ স্বত্বাধিকাৰী চন্দনৰ মুক্তিপণ হিচাপে অপহৰণকাৰী দলটোৱে চন্দনৰ ম’বাইলৰপৰা পৰিয়ালৰ লোকক মুক্তিপণ হিচাপে এক কোটি টকা দাবী কৰি আহিছে।