ওদালগুৰিঃ আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰন নকৰিলে লোকসভা নিৰ্বাচনত প্ৰত্যুত্তৰ দিব আছাই। নো এচ টি নো ৰেষ্ট, বি জে পি হুচিয়াৰ, অসম চৰকাৰ গ’ বেক ধ্বনিৰে শুকুৰবাৰে উত্তাল হৈ পৰিল ওদালগুৰি। জনজাতিকৰণৰ দাবীত আছাই ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্নাকাৰ্যসুচী ৰুপায়ন কৰে। বি জে পি দল তথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লোকসভা নিৰ্ব্বাচনৰ পূৰ্বে আদিসকলক জনজাতিকৰণ নকৰিলে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে ওদালগুৰি জিলা আছাৰ সভাপতি গৰাকীয়ে।
120
previous post