Home ৰাজ্যভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত ২ জন

ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত ২ জন

by News Desk
A+A-
Reset
ff073a20-f9c5-44fb-9898-54464351789b

লিডুঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকী অন্তৰ্গত পাৰ্বতিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হয় এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা৷ বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত মটৰ চাইকেল আৰু ট্ৰেইলাৰ মাজত হোৱা সংঘৰ্ষত ২ জন মটৰ চাইকেল আৰোহী থিতাতে নিহত হয়৷ 

নিহত হোৱা যুৱক কেইজনৰ ঘৰ জাগুন পাৰ্বতিপুৰ গাঁৱৰ ক্ৰমে কৃষ্ণ শৰ্মা (৪০) আৰু নিৰঞ্জন চৰকাৰ (২৮) বুলি জানিব পৰা গৈছে। ঘটনা বিৱৰনী মতে জাগুনৰপৰা জয়ৰামপুৰ অভিমুখে গৈ থকা নম্বৰ বিহীন মটৰ চাইকেলখনে এন এল ০২ কে ৫০৬৬ নম্বৰৰ ট্ৰেইলাৰ গাড়ীখনত পিছফালৰপৰা প্ৰচণ্ড জুৰেৰে খুন্দা মৰাৰ ফলত মটৰ চাইকেলখনত থকা লোক দুজন ঠাইতে নিহত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0