45
ডিফুঃ পূব কাৰ্বি আংলং জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই বুধবাৰে বোকাজান মহকুমা পৰিদৰ্শন কৰি বিভিন্ন উন্নয়ণমূলক কামৰ অগ্ৰগতিৰ বুজ লয়৷
প্ৰাপ্ত তথ্য অনুসৰি উপায়ুক্তগৰাকীয়ে বোকাজান মহকুমাধিপতিৰ নিৰ্মিয়মান কাৰ্যালয় আৰু বোকাজানৰ শিলনীজানত থকা আৱৰ্ত ভৱনৰ কামৰ অগ্ৰগতিৰ বুজ লয়৷