Home ৰাজ্য১২ জানুৱাৰীত মাজুলীত ‘স্বয়েম’ আঁচনিৰ ঋণ মঞ্জুৰী-পত্ৰ বিতৰণ

১২ জানুৱাৰীত মাজুলীত ‘স্বয়েম’ আঁচনিৰ ঋণ মঞ্জুৰী-পত্ৰ বিতৰণ

by News Desk
A+A-
Reset
7fb1a357-a675-4041-9c11-6a77bc6e7f49

মাজুলীঃ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক আত্ম-সংস্থাপনেৰে স্বাৱলম্বী হোৱাত সহায় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগ্ৰহত উদ্যোগ বিভাগে আৰম্ভ কৰা ‘স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ’ (স্বয়েম) আঁচনিখন মাজুলী জিলাতো সফলতাৰে কাৰ্য ৰূপায়ণ কৰিবলৈ যৌথ প্ৰয়াস চলাইছে মাজুলী জিলা প্ৰশাসনৰ লগতে জিলা উদ্যোগ কেন্দ্ৰ আৰু বেংকসমূহে।

উৎপাদন, ব্যৱসায় আৰু সেৱা খণ্ডত আত্মসংস্থাপনমূলক প্ৰকল্প আৰম্ভ কৰিব পৰাকৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক বেংকৰ জৰিয়তে ২০ শতাংশ ৰাজসাহায্যযুক্ত সুলভ ঋণ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0