61
চামগুৰিঃ হিন্দী চিনেমাৰ ভিলেইনৰ কাইদাৰে গাড়ীৰে চোঁচৰাই ছাগলী চোৰৰ এটা দলে শনিবাৰে নিশা চামগুৰিৰ বৰমাবিলত সংঘটিত কৰা এক লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত জালত পৰিল চামগুৰি আৰক্ষীৰ।
আৰক্ষীয়ে নিশা নগাঁৱৰ লাওগাঁৱৰপৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত আনাৰুল হক নামৰ ঘটনাৰ সৈতে জড়িত এটাক।