71
গুৱাহাটীঃ গণৰাজ্য দিৱসত কোনো এখন ৰাজ্যৰ সংস্কৃতি প্ৰতিফলিত কৰা প্ৰতীকপট বাছনিত উঠাটো ৰাজ্যখনৰ বাবে সন্মান আৰু গৌৰৱৰ বিষয়।
এইবাৰৰ গণৰাজ্য দিৱসত অসমৰ প্ৰতাকপট পেৰেডৰ বাবে বিবেচিত নোহোৱাটো অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বাবে বিফলতাৰ বাৰ্তা।