Home ৰাজ্যবিশিষ্ট সমাজসেৱক ভদ্ৰ বৰঠাকুৰৰ আকস্মিক মৃত্যু

বিশিষ্ট সমাজসেৱক ভদ্ৰ বৰঠাকুৰৰ আকস্মিক মৃত্যু

by News Desk
68 views
A+A-
Reset

লিডুঃ জন্মিলে মৃত্যু নিশ্চিত যদিও কেতিয়াবা কাৰোবাৰ আকস্মিক মৃত্যুৱে আত্মীয়ৰ অন্তৰত যথেষ্ট আঘাত দিয়ে৷ তাতে বজাৰলৈ বুলি উলাই আহি যদি হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুক আকোৱালি ল’ব লগা হয়! যোৱা বুধবাৰে তেনে এক কৰুণ ঘটনা সংঘটিত হ’ল মাৰ্ঘেৰিটা মহকুমাৰ লিডু ইটাখুলা অঞ্চলত৷ 

বজাৰলৈ বুলি আহি কৰুণ মৃত্যুক আকোৱালি ল’লে এজন ৭৫ বছৰীয়া ব্যক্তিয়ে৷ ঘটনাৰ বিৱৰণি মতে দিনৰ প্ৰায় ১.৫০ মান বজাত লিডু ইটাখুলা অঞ্চলত কালি সাপ্তাহিক বুধবৰীয়া বজাৰ চলি থকাৰ সময়তেই এডাল প্ৰচণ্ড জৰি গছৰ বৃহৎ ডাল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত কেইবাখনো যানবাহনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে বহু কেইজন লোক গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0