Home ৰাজ্যনাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰিলে আইনৰ আশ্ৰয় ল’ব সাহিত্য সভাই

নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰিলে আইনৰ আশ্ৰয় ল’ব সাহিত্য সভাই

by News Desk
A+A-
Reset
asom

নগাঁওঃ নগাঁও জিলাৰ ৰহাত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়৷ সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি এই বিধেয়কখনৰ বিৰুদ্ধে সকলো জাতি-জনগোষ্ঠী নিৰ্বিশেষে সৰ্বস্তৰৰ জনতাই তীব্ৰ প্ৰতিবাদ জনাই অহাৰ সময়তে অসম সাহিত্য সভাই বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়া বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে৷ 

ৰহাৰ অধিবেশনত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত জাতিধ্বংসী বিধেয়কখনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয়৷ সভাই বৰ্তমান চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়কখন দেশৰ আন ৰাজ্যৰ লগতে অসমতো জাপি দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ব্যাপক আন্দোলনৰ হুংকাৰ দি কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0