পুলৱামা আক্ৰমণত জইছ-ই-মহম্মদ জড়িত থকা বিষয়ত সন্দেহ পাকিস্তানী মন্ত্ৰীৰ

Home বিশ্বপুলৱামা আক্ৰমণত জইছ-ই-মহম্মদ জড়িত থকা বিষয়ত সন্দেহ পাকিস্তানী মন্ত্ৰীৰ

পুলৱামা আক্ৰমণত জইছ-ই-মহম্মদ জড়িত থকা বিষয়ত সন্দেহ পাকিস্তানী মন্ত্ৰীৰ

by News Desk
81 views
A+A-
Reset

নতুন দিল্লীঃ পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰীৰ সন্দেহ, পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত সঁচাকৈ পাকিস্তানৰ মাটিত থকা জইছ-ই-মহম্মদ জড়িত হয় নে নহয়! এই আক্ৰমণত ৪২ জন চি আৰ পি এফ জোৱান ছহিদ হৈছিল আৰু জইছ-ই-মহম্মদে ইয়াৰ দায়িত্ব স্বীকাৰ কৰিছিল।

ইয়াৰ পাছতো চুবুৰীয়া দেশখনৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে ‘দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কয় যে জইছ-ই-মহম্মদৰ দৰে সংগঠনসমূহ বৰ্তমান মৃতপ্ৰায় অৱস্থাত আছে, সেয়ে এই সংগঠনটোৰ এনেধৰণৰ আক্ৰমণ কৰিব পৰা সক্ষমতা আছে বুলি তেওঁৰ ভীষণ সন্দেহ আছে। তেওঁ লগতে কয় যে এই সংগঠনসমূহ পাক চৰকাৰৰ সুদৃঢ় নিয়ন্ত্ৰণৰ অধীনত আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0