49
ওদালগুৰিঃ শুকুৰবাৰে ওদালগুৰি ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় ৰেচম বিভাগৰ মন্ত্ৰী স্মৃতি জুবিন ইৰানীৰ লগতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজু।
ওদালগুৰিৰ সাপেখাইটিস্থিত ৰেচম বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ত ৰেচম বিভাগৰ বিভিন্ন দিশ পৰিদৰ্শনৰ বাবে দুয়োগৰাকী মন্ত্ৰী আহিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ওদালগুৰিৰ এই ৰেচম বিভাগে বিশ্বত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে।