Home ৰাজ্যলেখিকা আভা বৰালৈ কলংপৰীয়া সাহিত্য বঁটা

লেখিকা আভা বৰালৈ কলংপৰীয়া সাহিত্য বঁটা

by News Desk
A+A-
Reset
nn

নগাঁওঃ ইতিমধ্যে সোণালী জয়ন্তী গৰকা নগাঁও জিলাৰ অগ্ৰণী সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান কলংপৰীয়া আলোচনা চক্ৰই বিশিষ্টা লেখিকা আভা বৰালৈ আগবঢ়াইছে কলংপৰীয়া সাহিত্য বঁটা৷ অহা ২৪ ফেব্ৰুৱাৰীত নগাঁও ছহিদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া কলংপৰীয়া আলোচনা চক্ৰৰ ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত লেখিকা বৰাক উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব বুলি আলোচনা চক্ৰৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰিছে৷

উল্লেখ্য যে সমাজ জীৱনলৈ আগবঢ়োৱা অবদানৰ পাছতো যি সকল লোকে চৰকাৰৰ ঘৰৰপৰা প্ৰাপ্য-সন্মান লাভ কৰিবলৈ সক্ষম নোহোৱাকৈ আছে, তেনে একো গৰাকী লেখক-সাহিত্যিকক চক্ৰই যোৱা ন বছৰ ধৰি সাধ্যানুসৰি সন্মান যাচি আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0