Home ৰাজ্যচাওতাল ছাত্ৰ সন্থাৰ শপত গ্ৰহণ সম্পন্ন

চাওতাল ছাত্ৰ সন্থাৰ শপত গ্ৰহণ সম্পন্ন

by News Desk
62 views
A+A-
Reset

গোসাইগাঁওঃ সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এছুৰ নৱ গঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ আজি সম্পন্ন হয়৷ গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিলস্থিত এছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপত গ্ৰহণ সভাৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় প্ৰাক্তন সভাপতি প্ৰবিল হাছদাই আৰু শপত বাক্য পাঠ কৰায় প্ৰতিষ্ঠাপক সভাপতি ক্ৰিষ্টোফাৰ টুডুয়ে৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি এছুৰ উপদেষ্টা তথা প্ৰাক্তন সভাপতি ছাইমন কিস্কুয়ে বি পি এফ দলক বিশ্বাস ঘাতক দল বুলি অভিহিত কৰে৷ তেওঁ কয় যে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰিয়ে বি টি এডিৰ সকলো জাতি-জনগোষ্ঠীৰ বাবে বি পি এফ দল বুলি আভুৱা ভৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0