66
গুৱাহাটীঃ অসমত আত্মপ্ৰকাশ কৰিলে মেঘালয়ৰ নেচনে পিপলছ পাৰ্টী (NPP)-য়ে৷
‘NPP দলে উত্তৰ-পূবৰ বাবে মাত মাতি আহিছে, NPP এনেকুৱা দল যি দলে অসমৰ মূল ইছ্যুত মাত মতে৷ উত্তৰ পূবৰ সমস্যাত মাত মাতিবলৈ আমাৰ পতাকা অসমত ঠিয় কৰিছোঁ৷ কাৰণ দিল্লীয়ে আমাৰ কথা সহজে নুশুনে।’– এই মন্তব্য কনৰাড চাংমাৰ।