45
গুৱাহাটীঃ খিলঞ্জীয়া অধিকাৰ মৰ্চাৰ সম্পাদক অমিতাভ শৰ্মাৰ বিৰুদ্ধে মহিলাক অপহৰণ কৰি নেপাললৈ লৈ যোৱাৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷
খিলঞ্জীয়াৰ হৈ সততে মাত মতা তথা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় শৰ্মাৰ বিৰুদ্ধে এগৰাকী মহিলাই কাকী আৰক্ষীৰ থানাত অভিযোগ দাখিলৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷