84
গুৱাহাটীঃ অৱশেষত শৰাইঘাট দলঙৰ মেৰামতি কাম স্থগিত কৰা হ’ল৷
তিনিদিন পৰীক্ষামূলক কামৰ বাবে শৰাইঘাট দলঙৰ মেৰামতিৰ কাম স্থগিত ৰখা হ’ল। ঐতিহাসিক দলংখন মেৰামতি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰা লিখিত অনুমতি নোপোৱা বাবে কাম কৰিবলৈ লৈও থমকি ৰৈছে উত্তৰ-পূব সীমান্ত ৰে’লৱে বিভাগে। এই কথা জানিবলৈ দিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱ জ্যোতি শৰ্মা।