83
লখিমপুৰঃ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থনা কৰি থকা অৱস্থাত নৱ-নিৰ্মিত বিদ্যালয় ভৱন নিৰ্মাণ কাৰ্য্য চলি থকা কোঠাৰ ভিতৰত এজন লোকৰ মৃত্যু ঘটে৷
বিদ্যুৎ স্পিষ্ট হৈ থিতাতে মৃত্যু এজন মিস্ত্ৰীৰ৷ নিহত লোকজনৰ নাম বিনোদ নায়ক বুলি জানিব পৰা গৈছে৷
চিয়াজুলিৰ অকৰাবস্তিৰ বাসিন্দা বিনোদ শিশু নিকেতনত মিস্ত্ৰী হিচাপে কাম কৰিছিল৷ নিৰ্মাণ কাৰ্য চলি থকা কোঠাত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুক আকোৱালি লয় বিনোদে৷