92
গুৱাহাটীঃ বুধবাৰে অসম গণ পৰিষদ দলত দলে বলে যোগদান কৰে আছুৰ প্রাক্তন উপ-সভাপতি মণিমাধৱ মহন্তই।
প্ৰাক্তন আছু নেতাগৰাকীক উষ্ম আদৰণি জনাই অগপৰ নেতা কৰ্মীয়ে। আনহাতে, আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে মণিমাধৱ মহন্তই।