কামপুৰ বনাঞ্চলিক বিষয়াৰ নীৰৱ ভূমিকা, নে আঁৰত আছে বৃহৎ কমিছন...

Home ৰাজ্যকামপুৰ বনাঞ্চলিক বিষয়াৰ নীৰৱ ভূমিকা, নে আঁৰত আছে বৃহৎ কমিছন ৰাজ?

কামপুৰ বনাঞ্চলিক বিষয়াৰ নীৰৱ ভূমিকা, নে আঁৰত আছে বৃহৎ কমিছন ৰাজ?

by News Desk
109 views
A+A-
Reset

মোৰাঝাৰঃ গাঁও বন সংমণ্ডলৰ অধীনত থকা কপিলী নৈখন এতিয়া একাংশ বালি চোৰাংচোৱাৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ। কামপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তর্গত যমুনামুখৰ বিভিন্ন স্থানত একাংশ অবৈধ বালি মাফিয়াই দিনে নিশাই নাঁও আৰু মেচিনেৰে কপিলীৰ বুকুৰপৰা বালি খনন চলাই অহা কার্য্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। 

উল্লেখযোগ্য যে, স্থান হিচাপে যমুনামুখৰ কাটকটীয়া গাঁও, যমুনা নৈৰ মূখত আৰু কপিলী দলং গুৰিত দীর্ঘদিনৰপৰা এই এসাধু চক্রটোয়ে বৃহৎ অংকত বন বিষয়া বিনোদ বিহাৰী সিংহাক মেনেজ কৰি এই অবৈধ ব্যৱসায় চলাই আহিছে বুলি অভিযোগ উত্থাপন হৈছে। অতি পৰিতাপৰ বিষয় যে যমুনামুখৰ কপিলীৰ পকী দলঙৰ নিচেই গুৰিৰপৰা খনন চলাইছে এই চক্রটোৱে। কিন্ত অবৈধতো দূৰৰেই কথা চৰকাৰীভাৱে আৱন্টিত মহলতো কোনো দলঙৰ ছশ মিটাৰৰ ভিতৰত বালি খনন নিষেধ যদিও এই মাফিয়া সকলে পকী দলংৰ নিচেই গুৰিৰ পৰাই খনন চলাই বৃহৎ আৰু অতি গুৰুত্বপূৰ্ণ দলংখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0