Home ৰাজ্যওদাগুৰিত বাটৰ হোলী প্ৰতিযোগীতা

ওদাগুৰিত বাটৰ হোলী প্ৰতিযোগীতা

by News Desk
126 views
A+A-
Reset

ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো বুধবাৰৰপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱটি। বুধবাৰে আবেলি গন্ধোৎসৱ অনুষ্ঠিত হোৱাৰ পাছত বৃহস্পতিবাৰ দিনটো ভৰদৌল হিচাপে পালন কৰা হয়। 

সেই অনুসৰি পুৱাৰে পৰা আৰম্ভ হয় ভৰদৌল। পুৱাই ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ লগতে সত্ৰৰ চোতালত অনুষ্ঠিত হয় খেল-ধেমালি প্ৰতিযোগিতা। আজিৰ দ্বিতীয় দিনটোৰ আকৰ্ষণীয় কাৰ্যসূচী আছিল বাটৰ হোলী প্ৰতিযোগিতা। ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দৌলোৎসৱ উদযাপন সমিতিৰ সহযোগত বিয়লি ৪:৩০ বজাত অনুষ্ঠিত হোৱা এই বাটৰ হোলী প্ৰতিযোগিতাখনি উদ্বোধন কৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0