75
তেজপুৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ফাকুৱাৰ উচাহেৰে মুখৰিত হ’ল তেজপুৰৰ আকাশ বতাহ৷
শোনিতপুৰ জিলাৰ তেজপুৰ মৌজাৰ অন্তৰ্গত তেজপুৰ, বিহগুৰি, ৰঙাপৰা আদি অঞ্চলত দেখা গ’ল ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক উচাহ৷ তেজপুৰৰ বিহগুৰিস্থিত শ্ৰী শ্ৰী কলিয়াঁগোসাই থানৰ লগতে তেজপুৰ বিভিন্ন নামঘৰত দৌল মন্দিৰত বুধবাৰৰপৰা তিনিদিনিয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে কলিয়াগোঁসাই থানত দৌল মহোৎসৱত৷