100
গুৱাহাটীঃ NEWS18ৰ সাংবাদিকক ছুৰীৰে আক্ৰমণ। বৃহস্পতিবাৰে কাৰ্যালয় চৌহদতে NEWS18ৰ সাংবাদিক চক্ৰপাণি পৰাশৰক ছুৰীৰে অতৰ্কিতে আক্ৰমণ কৰে ৰেস্তোৰাঁৰ মালিকে।
দুজন কৰ্মচাৰীৰ সৈতে মিলি চক্ৰপাণি পৰাশৰক ছুৰীৰে আক্ৰমণ কৰে। ছুৰীকাঘাতত গুৰুতৰভাৱে আহত হয় চক্ৰপাণি পৰাশৰ। চক্ৰপাণিক আক্ৰমণৰ পিছতে কৰ্মচাৰী–মালিকৰ সন্ত্ৰাস।