Home ৰাজ্যপ্ৰতিশ্ৰুতিৰ বন্যাৰে কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ সংবাদমেল

প্ৰতিশ্ৰুতিৰ বন্যাৰে কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ সংবাদমেল

by News Desk
A+A-
Reset
ada81891-cb95-4646-a7ce-ef8b6b4e71fe

নলবাৰীঃ মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলিপ শইকীয়াক যোৱা ২৩ মাৰ্চত নলবাৰী সমষ্টি বিধায়ক অশোক শৰ্মা আৰু জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ নেতৃত্বত সহস্ৰাধিক ৰাইজে আদৰণি জনোৱাৰ পিছত যোৱা কালি ২৬ মাৰ্চৰ দিনা নলবাৰীত লোকসভা সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাকো আদৰণি জনোৱা হয়৷ 

তদুপলক্ষে সন্ধিয়া নলবাৰী চহৰৰ নন্দেশ্বৰ শইকীয়া ভৱনত এখন সংবাদ মেল আয়োজন কৰা হয়। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্য জ্যোতি হালৈ আঁত ধৰা সংবাদ মেলত মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা, কংগ্ৰেছ নেতা প্ৰদ্যুত কুমাৰ ভূঞা, শৰৎ কলিতা, পাপৰি মালাকৰ, মজিব আলী, উদ্দিপন পাটোৱাৰীসহ বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0