59
মোৰাঝাৰঃ দৰিদ্ৰ লোকক সহায় কৰি ভাল পোৱা এজন যুৱক৷ যুৱক জনৰ নাম চুহেল আহমেদ৷ যুৱ সমাজসেৱী হিচাপে জন সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে চুহেলে৷
মোৰাঝাৰৰ সুতাৰপুৰৰ বাসিন্দা চুহেলে সামাজিক দায়বদ্ধতা পালন কৰি সহায়ৰ হাত আগবঢ়াই দৰিদ্ৰলোকক৷