70
মৰিয়নীঃ ক্ৰমাৎ মৰিয়নীত বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ লুটপাতৰ ঘটনা৷ আৰক্ষীয়ে চহৰখনত নিশা তহল দিয়াৰ পাছতো চোৰৰ এটা দলে অব্যাহত ৰাখিছে তাণ্ডৱ৷
আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰা চোৰৰ দলটোক কৰায়ত্ত কৰিব পৰা নাই আৰক্ষীয়ে৷ মৰিয়নী থানা চৌহদৰ সন্মুখতে থকা এখন দোকানৰপৰাও চোৰে লুটি নিলে সামগ্ৰী৷