Home অন্যান্য খবৰনগাঁও আৰক্ষীয়ে আটক কৰিলে দুধৰ্ষ কম্পিউটাৰ চোৰ

নগাঁও আৰক্ষীয়ে আটক কৰিলে দুধৰ্ষ কম্পিউটাৰ চোৰ

by News Desk
52 views
A+A-
Reset

বঢ়মপুৰঃ নগাঁও জিলাৰ বিদ্যালয়সমূহত ধাৰাবাহিকভাৱে কম্পিউটাৰ চুৰিৰে ত্ৰাসৰ সৃষ্টি কৰা চোৰৰ বিৰুদ্ধে চলি থকা ব্যাপক অভিযানৰ মাজতে চামগুৰিত নগাঁও আৰক্ষীৰ অভিযানত বৃহৎ কম্পিউটাৰ চোৰ চক্ৰ এটা উৎখাত হয়।

চামগুৰিৰ টেকেলিপোতাৰ পৰা দুজনকৈ দুধৰ্ষ কম্পিউটাৰ চোৰ কৰায়ত্ত হোৱাৰ লগতে ৯ টা কম্পিউটাৰ আৰু এখন চাইকেলসহ এখন মিনি ভান উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ অভিযানকাৰী দলটো। ধৃত কম্পিউটাৰ চোৰ দুজন ক্ৰমে টেকেলিপোতাৰ ছফিৰুদ্দিন আৰু চাইদুল ইছলাম।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0