159
ওদালগুৰিঃ দেশৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটিমান দিন বাকী। ইতিমধ্যে ঢোল-পেপাৰ গুমগুমণি শুনিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌপাশে। গাওঁৰ পৰা আৰম্ভ কৰি চহৰৰ যুৱক-যুৱতীসকল এতিয়া ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত।
