Home ৰাজ্যতৰুণ গগৈৰ গাত লাচিত… তেজ নহয় ভেজাল তেজহে আছেঃ মণিমাধৱ মহন্ত

তৰুণ গগৈৰ গাত লাচিত… তেজ নহয় ভেজাল তেজহে আছেঃ মণিমাধৱ মহন্ত

by News Desk
A+A-
Reset
download (1)

চামগুৰি: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো দলৰে প্ৰাৰ্থী সকলে অব্যাহত ৰাখিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।বৃহস্পতিবাৰে দুপৰীয়া চামগুৰিৰ বকুলতলত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই চলালে ব্যাপক নিৰ্বাচনী প্ৰচাৰ।

পোন প্ৰথমে বকুলতলৰ নামঘৰত সেৱা জনাই ৰাইজৰ আৰ্শীবাদ লৈ প্ৰায় তিনিশতাধিকলোকৰ সন্মুখত প্ৰদান কৰে ভাষণ। আনহাতে,  মণিমাধৱ মহন্তক এনিমিয়া বেমাৰী বুলি কটাক্ষ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক উভতি ধৰি মণিমাধৱ মহন্তই তৰুণ গগৈৰ গাত লাচিত আৰু চিলাৰায় তেজ নহয় ভেজাল তেজহে আছে বুলি কটাক্ষ কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৮৫ বছৰত ৰাজনীতি বাকযুদ্ধৰ পৰিবৰ্তে তীৰ্থভ্ৰমণত মনযোগ দিয়াহে উচিত বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0