79
ডিমাকুচিঃ উৰুকাৰ দিনাই ওদালগুৰিৰ ডিমাকুছিত এক অঘটন ঘটনা সংঘটিত হয়৷ দুই পুত্ৰ আৰু পত্নী প্ৰহাৰত প্ৰান গ’ল স্বামীৰ৷
জানিব পৰা মতে পাৰিবাৰিক কন্দলৰ বাবে দুই পুত্ৰ আৰু পত্নীয়ে নিজ স্বামীক মৰিয়াই মৰিয়াই হত্যা কৰে৷ নিহত লোকজন খ্যাম বাহাদুৰ বিষ্ট (৫৮)৷ আনহাতে হত্যাকাৰী পুত্ৰ সঞ্জীৱ বিষ্ট (২৮), ঘনশ্যাম বিষ্ট (২৬) আৰু পত্নী লিলা দেৱী (৫০) এই কাম সংঘটিত কৰে৷