ডিজিটেল ডেস্কঃ মডেল হোৱাৰ মন? জিৰ’ ফিগাৰ? ডায়েটিং? সাৱধান! ডায়েটিঙেৰে জিৰ’ ফিগাৰ কৰিবলৈ গ’লে মডেল হোৱাৰ পৰিৱৰ্তে যাবলগীয়া হ’ব পাৰে জেললৈ। সেয়ে ডায়েটিং, জিৰ’ ফিগাৰ সকলো বাদ। বিন্দাছ খাওক। শকত হওঁক আৰু মডেলিঙৰ ক্ষেত্ৰখনত দোপতদোপে আগুৱাই যাওক।
কিয়নো মডেলিঙৰ ক্ষেত্ৰখনত এতিয়াৰে পৰা প্ৰাধান্য লাভ কৰিব পেট ওলোৱা শকত-আৱত সুন্দৰীসকলে। বিশ্বৰ অন্য প্ৰান্তত শকত-আৱত মহিলাসকলৰ ভাল দিন কেতিয়া আহে সেয়া ক’ব পৰা নগ’লেও এখন বিশেষ দেশত পিছে এনে ভাল দিন আহিলেই।