45
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰ গাঁও নিবাসী বিশিষ্ট ব্যৱসায়ী, জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজকৰ্মী ৰমেশ চন্দ্ৰ ডেকাৰ বুধবাৰে পুৱতি নিশা ৩-১৫ বজাত বেলশৰৰ নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।
বেলশৰ বজাৰৰ প্ৰতিষ্ঠা কালৰেপৰা ব্যৱসায়ৰ লগতে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগত তেওঁ জড়িত আছিল। তেওঁৰ মৃত্যুত বেলশৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।