57
ষড়াণন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ শিক্ষানুষ্ঠান পুৰণিগুদাম বিদ্যানিকেতনত শনিবাৰে বিয়লি এখন অভিভাৱক সন্মিলন অনুষ্ঠিত হয়।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুনানন্দ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেইবাজনো অভিভাৱকে বিদ্যালয়ৰ শৈক্ষিক দিশত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়।