Home ৰাজ্যনলবাৰীত সাংবাদিক আক্ৰমণৰ ঘটনা… ক’লা পতাকা উৰুৱাই নলবাৰী আছুৰ প্ৰতিবাদ

নলবাৰীত সাংবাদিক আক্ৰমণৰ ঘটনা… ক’লা পতাকা উৰুৱাই নলবাৰী আছুৰ প্ৰতিবাদ

by News Desk
A+A-
Reset
bl

নলবাৰীঃ সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তথা ‘দৈনিক অসম’ কাকতৰ মুকালমুৱাস্থিত  সাংবাদিক ৰাজেন ডেকাক পুৰ্ব পৰিকল্পিতভাৱে দুৰ্বৃত্তই ঘৰলৈ গৈ থকা অৱস্থাত প্ৰহাৰ কৰা ঘটনাৰ লগত জড়িত দুৰ্বৃত্তৰ নাম সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ই গণতন্ত্রৰ প্ৰতি চৰম আঘাত বুলি নলবাৰী জিলা ছাত্ৰ সন্থাই খেদ প্ৰকাশ কৰিছে।

যি সময়ত চৰকাৰে প্ৰতি গৰাকী সাংবাদিকক সুৰক্ষা প্ৰদান কৰা হ’ব বুলি বিভিন্ন সময়ত কৈ অহাৰ সময়ত ৰাজপথত সাংবাদিকক আক্ৰমণ কৰা ঘটনাত চৰকাৰৰ ফোপোলা স্বৰূপ ওলাই পৰিছে| ঘটনাৰ ৭২ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0