Home ৰাজ্যআধাৰশিলাৰ তিনি মাহৰ পিছতো বৰটাৰীত নহ’ল দলঙ নিৰ্মাণৰ কাম

আধাৰশিলাৰ তিনি মাহৰ পিছতো বৰটাৰীত নহ’ল দলঙ নিৰ্মাণৰ কাম

by News Desk
A+A-
Reset
5f609f09-4525-4057-87e6-af59c9d73f57

বৰনৰ্দ্দীঃ বাৰিষা আহিলেই ৰাস্তাঘাটৰ সমস্যাই লগ নেৰে নলবাৰী জিলাৰ বৰটাৰী হাৰিভংগা অঞ্চলৰ ৰাইজক। বাট পথৰ সমস্যাৰ বাবে অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভূগি আহিছে। ইপিনে চৰকাৰীভাৱে যাবতীয় ব্যবস্থা আগবাঢ়িলেও কামতহে হয় পয়মাল। 

নলবাৰী জিলাৰ হাৰিভাঙ্গাৰ সমীপৰ বৰটাৰী-বৰপীত পথৰ ওপৰত আৰ চি চিৰ দলং নিৰ্মাণৰ আধাৰশিলা কৰাৰ তিনি মাহ অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈ দলং নিৰ্মাণৰ নামত এটুকুৰা শিলো নপৰাত অঞ্চলজুৰি ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। সুদীৰ্ঘ দিন ধৰি পাটাছাৰকুছি সমষ্টিৰ নিচেই সমীপৱৰ্তী বৰমা সমষ্টিৰ অন্তৰ্গত বৰটাৰী-বৰপীট পথৰ ওপৰত জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে ৰাইজে যাতায়ত কৰি নৰক-যন্ত্ৰনা ভোগ কৰি আহিছে। বিভাগীয়ভাৱে বিভিন্ন আবেদন নিবেদন কৰাৰ পিছত স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই চলিত বৰ্ষৰ ২৯ জানুৱাৰীত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ‘মহাবীৰ লাচিত চিলাৰায় সেঁতু নিৰ্মাণ আচনি’ৰ অধীনত বৰটাৰী-বৰপীত পথৰ ওপৰত ২১/১ নং পকী দলং(আৰ চি চি) নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0