Home ৰাজ্যমৰণফাণ্ডলৈ পৰিণত মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ

মৰণফাণ্ডলৈ পৰিণত মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ

by News Desk
A+A-
Reset
95e3b3ba-885b-46e8-b7d4-134e41678416

মাৰ্ঘেৰিটাঃ অসমৰ এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হিচাপে আখ্যা দিয়া হয় মাৰ্ঘেৰিটা নগৰ৷ অৱশ্যে এখন ক্ষুদ্ৰ উদ্যোগ নগৰী হ’লেও বৃহৎ বৃহৎ যান বাহনৰ ভৰত পথৰ ওপৰৰ বোজা এখন মেট্ৰ’পলিটান মহানগৰীৰ তুলনাত কোনো গুণেই কম নহয়। বিজেপি দলৰ বিধায়ক ভাষ্কৰ শৰ্মাৰ গৃহ সমষ্টি হ’ল এই মাৰ্ঘেৰিটা৷ কিন্তু এই মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সাম্প্ৰতিক পৰিস্থিতি দেখিলে সাধাৰণ ৰাইজৰ চকু কপালত উঠিব৷

কলাহীৰাৰ চোৰাং ব্যৱসায়ৰ বাবে সততে চৰ্চা লাভ কৰা মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া পৰিণত হৈছে মৰণফান্দলৈ৷ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ লগতে চোৰাং কয়লাৰ বৃহৎ বৃহৎ গাড়ী দৈনিক চলাচল কৰাৰ ফলত ঘাইপথছোৱাৰ প্ৰায় বিলাক অংশ ভাঙি গৈ একো একোটা বৃহৎ পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে৷ য’ত এতিয়া বাহনৰ ভাৰসাম্যতা হেৰুৱাই দৈনিক সংঘটিত হৈছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0