47
বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অধীনস্থ কাজাইকাটা তৃতীয় খণ্ড গাঁওৰ চহৰ আলী ওৰফে বুলু শ্বেখে কৰা হত্যা কাণ্ডক লৈ গাঁওত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷
হত্যাকাৰীৰ বয়স আনুমানিক (৫০) পিতা ৰছিদ মুন্সীক দেওবাৰে নিশা প্ৰায় ১০.৩০ মানত তেওঁৰ গৃহৰ চোতালৰ সন্মুখত দা, কোৰ ডেগাৰেৰে ঘপিয়াই নৃসংসভাৱে হত্যা কৰে।