Home ৰাজ্যআদালতলৈ নিয়াৰ পথত প্ৰাণময়ে ক’লে, অসম ভাৰতৰ অংগ কোনো দিনে নাছিল-ভৱিষ্যতেও নাথাকে

আদালতলৈ নিয়াৰ পথত প্ৰাণময়ে ক’লে, অসম ভাৰতৰ অংগ কোনো দিনে নাছিল-ভৱিষ্যতেও নাথাকে

by News Desk
104 views
A+A-
Reset

গুৱাহাটীঃ মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণত নাম সাঙোৰ খাই পৰা আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াক সেইদিনাই মহানগৰ আৰক্ষীয়ে পাঞ্জাবাৰীৰ এটা ভাড়া ঘৰৰপৰা গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে কটকটীয়া নিৰাপত্তাৰ মাজেৰে দুয়োগৰাকী অভিযুক্তকে একে লগে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে দুয়োকে লতাশিল থানা আৰু পানবজাৰ মহিলা থানাৰপৰা পোনে পোনে স্বাস্থ্য পৰীক্ষাৰ কৰাবৰ বাবে লৈ যোৱা হয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ। তাৰ পাছতে আবেলি ৪ঃ৩০ বজাত দুয়োকে একেলগে হাজিৰ কৰোৱা হয় আদালতত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0