106
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ সাংবাদিক সুৰক্ষা মঞ্চ, অসমে শুকুৰবাৰে বিহালীৰ বৰগাংস্থিত হাই স্কুলত অনুষ্ঠিত পৰাগ কুমাৰ দাসৰ ২৪ সংখ্যক মৃত্যু দিৱসত বিহালীৰ জ্যেষ্ঠ সাংবাদিক ভুৱন লুইটেলক সম্বৰ্ধনা জ্ঞাপন কৰে।
বিহালীৰ অতি ভিতৰুৱা অঞ্চলৰপৰা সাংবাদিকতা আৰম্ভ কৰি ২৫ বছৰ সম্পূৰ্ণ কৰা লুইটেলক সমর্ধনা-পত্র, জাপি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।