58
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰৰ নাৰায়নপুৰত চাঞ্চল্যকৰ ঘটনা৷ স্বামীক শিৰশ্ছেদ কৰি কটা মূৰ লৈ থানা পালে পত্নী৷ এই চাঞ্চল্যকৰ ঘটনাটো লখিমপুৰৰ নাৰায়ণপুৰৰ কাঠনি মাজগাঁৱত৷
দীৰ্ঘদিন ধৰি ঘৰুৱা অশান্তিৰ পৰিণতিত পত্নীয়ে হত্যা কৰিলে স্বামীক৷ কাঠনি মাজগাঁৱৰ বুধিৰাম বৰকটকীয়ে প্ৰতিদিনে মদ্যপান কৰি ঘৰুৱা অশান্তি কৰি আহিছিল৷