Home ৰাজ্য১১৯ বছৰীয়া কটনত সংযোজন হ’ব এক নতুন অধ্যায়

১১৯ বছৰীয়া কটনত সংযোজন হ’ব এক নতুন অধ্যায়

by News Desk
71 views
A+A-
Reset

গুৱাহাটীঃ অসমৰ বৌদ্ধিক আন্দোলনৰ ত্ৰাণ কৰ্তা হিচাপে সমাদৰ লাভ কৰা ১১৯ বছৰীয়া কটনত সংযোজন হ’ব এক নতুন ইতিহাসৰ অধ্যায়। সেই অনুসৰি এতিয়াৰে পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিধান কৰিব লাগিব ইউনিফৰ্ম। 

২০১৯ ৰ নতুন শিক্ষাবর্ষৰপৰা বিশ্ববিদ্যালয়খনৰ উচ্চতম মাধ্যমিকৰ প্ৰথম বর্ষৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিধান কৰিব লাগিব উইনিফৰ্ম। প্ৰথমবর্ষৰ বাবে বিশ্ববিদ্যালয় খনত কেৱল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক হ’ব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইউনিফৰ্ম নতুনকৈ সংযোজন কৰাৰ সন্দৰ্ভত কয় যে বিশ্ববিদ্যালয়ৰ অনুশাসন শিক্ষাৰ্থীয়ে মানি চলাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বুলি জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0