68
গুৱাহাটীঃ ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হোৱা ঘটনাটোৰে জড়িত ১৫ জন অভিযুক্তৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰায়দান কথা আছিল৷ কিন্তু ধেমাজি জিলা বাৰ এছ’চিয়েছনৰ সম্পাদক ঘনশ্যাম লাহনৰ মৃত্যুৰ বাবে আজি আদালতৰ কাম স্থগিত ৰখা হয়।
উল্লেখ যে ধেমাজি জিলাৰ বাৰ এছ’চিয়েছনে সম্পাদকগৰাকীৰ মৃত্যুৰ বাবে আদালতক আজি কাম-কাজ স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল।