59
ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমাৰ অন্তৰ্গত টিলাইডাঙা অঞ্চলত অবৈধভাৱে নিৰ্মান হোৱা একাংশ ইটাভাটা নিৰ্মানকলৈ সৰৱ হৈ পৰিছে আছুৰ হাওৰাঘাট আঞ্চলিক সমিতি৷
এক প্ৰেছ বিবৃতিত হাওৰাঘাট আছুৰ সভাপতি আৰু সম্পাদক ক্ৰমে, নিকলাছ ৰাজবংশী আৰু সুভাষ বৰাই অভিযোগ উত্থাপন কৰে যে, উল্লেখিত অঞ্চলটোত ঘন জনবসতি পূৰ্ণ হোৱাৰ পিছতো এলেকাটোত নিৰ্মাণহোৱা ইটাভাটা সমূহে প্ৰদূষণ সৃষ্টি কৰি জনস্বাস্থ্যলৈ ভাবুকি আনিব আৰু ই উদ্বেগৰ কাৰণ৷