Home ৰাজ্যজাগাৰত জাতীয় সংহতি দিৱস

জাগাৰত জাতীয় সংহতি দিৱস

by News Desk
55 views
A+A-
Reset

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা ভয়াৱহ বিদেশী বিতাৰন আন্দোলনৰ সময়ত ১৯৮০ চনৰ ২ জুলাইত প্ৰান আহুতি দিয়া পশ্চিম নলবাৰীৰ জাগাৰাৰ দুই কমৰেড মাধৱ বৰ্মন, মদন ডেকাৰ পবিত্ৰ স্মৃতিত অহা ২ জুলাইত জাগাৰাত জাতীয় সংহতি দিৱসৰ আয়োজন কৰা হৈছে। 

জাতীয় সংহতি দিৱস উদযাপন সমিতিৰ সভাপতি কমৰেড উদয় বৈশ্য আৰু সম্পাদক কমৰেড সনাতন শৰ্মাই জানিবলৈ দিয়া মতে সিদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন ৮.৩০ বজাত শ্বহীদ তৰ্পন, বিয়লি ৫ বজাত জাগাৰা চ’কত অনুষ্ঠিতব্য ৰাজহুৱা সভাত চি পি আই(এম)ৰ কেন্দ্ৰীয় নেতা কমৰেড সুপ্ৰকাশ তালুকদাৰ, দলৰ ৰাজ্যিক নেতা কমৰেড জগৎ গোস্বামী, বিশিষ্ট শিক্ষাবিদ, দলীয় নেতা কমৰেড ৰাজেন বৰুৱা, দলৰ জিলা সম্পাদক কমৰেড উমেশ দত্তই বক্তব্য আগবঢ়োৱাৰ লগতে কেইবা গৰাকী নেতা-কৰ্মী উপস্থিত থাকিব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0