Home ৰাজ্যনলবাৰীৰ ধমধমা অঞ্চলত পাগলাদিয়াৰ সংহাৰী ৰূপ

নলবাৰীৰ ধমধমা অঞ্চলত পাগলাদিয়াৰ সংহাৰী ৰূপ

by News Desk
57 views
A+A-
Reset

নলবাৰীৰপৰা হেমন্ত কলিতাঃ ভুটানৰপৰা নামি অহা সংহাৰী বানে আতংকিত কৰি তুলিছে নলবাৰীৰ ধমধমা অঞ্চলৰ প্ৰায় পোন্ধৰ খন গাঁৱৰ ৰাইজক।

শুকুৰবাৰে বিয়লি পাগলাদিয়া নৈৰ বাঢ়নী পানী গড়ভিতৰ অঞ্চলেৰে সোমাই তাণ্ডৱলীলা চলাইছে বৃহত্তৰ ধমধমা অঞ্চলত। অঞ্চলটোৰ চতেমাৰী, ভেলামাৰী, গড়ভিতৰ, ধমধমা, উজীৰখাট, মাজুশিৰাল, উত্তৰ বৰশিৰাল, জাৰতালুক, সুন্দৰপুৰ, গলবিল, ভেৰভেৰী, পোতাৰপাৰ আদি গাঁওসমূহৰ প্ৰায় সংখ্যক পৰিয়ালৰ গৃহতে পানী সোমাই আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও প্ৰশাসনৰ তৰফৰপৰা এই মুহুৰ্তলৈ কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0