Home ৰাজ্যবেবেজীয়াৰপৰা সন্ধানহীন কিশোৰ

বেবেজীয়াৰপৰা সন্ধানহীন কিশোৰ

by News Desk
A+A-
Reset
ce0bd987-b233-472e-a4d1-dacf69adb43e

জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰপৰা সন্ধানহীন হৈছে মহম্মদ চইল নামৰ এটি ১৭ বছৰীয়া কিশোৰ। মহম্মদ ধনীৰ জ্যেষ্ঠ সন্তান মহম্মদ চইল যোৱা ২৯ জুনৰপৰা বেবেজীয়া চাৰিআলিৰপৰা সন্ধানহীন হৈ আছে। ইতিমধ্যে এই সন্দৰ্ভত বেবেজীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে কিশোৰজনৰ পিতৃ তথা মাংস বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা মহম্মদ ধনীয়ে। 

বিশেষভাৱে সক্ষম কিশোৰজনৰ কোনো লোকে সম্ভেদ পালে ৯৬৭৮৫ ৬০৯০৩ এই ফোন নম্বৰ অথবা স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0