দৰঙৰ বেছিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰলৈ যোৱা পথটোৰ কদৰ্যময় অৱস্থা

Home ৰাজ্যদৰঙৰ বেছিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰলৈ যোৱা পথটোৰ কদৰ্যময় অৱস্থা

দৰঙৰ বেছিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰলৈ যোৱা পথটোৰ কদৰ্যময় অৱস্থা

by News Desk
59 views
A+A-
Reset

ফখৰুল ইছলাম, দৰংঃ দৰং জিলাৰ খাৰুপেটীয়া চিকিৎসালয়ৰ অন্তৰ্গত বেছিমাৰী উপ স্বাস্থ্য কেন্দ্ৰলৈ যোৱা একমাত্ৰ ৰাস্তাৰ কদৰ্যময় ৰূপ৷ এই ৰাস্তাদি চিকিৎসক নাৰ্ছৰ লগতে দিনত প্ৰায় ১০০/১৫০ ৰোগী অহা যোৱা কৰিবলগীয়া হয়৷ 

যাৰ ফলত চিকিৎসক নাৰ্ছৰ লগতে বেমাৰী সকলে চলাচল কৰাত যমৰ যাতনাত ভুগিবলগীয়া হৈছে৷ এই ক্ষেত্ৰত বেছিমাৰী উপ স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ প্ৰদীপ পাৱে, আশা কৰ্মী ৰহিমা বেগম আৰু ইত্তেহাদ ফ্ৰন্টৰ সাধাৰন সম্পাদক নুৰ ইছলামে বেছিমাৰী ব্লক, বেছিমাৰী আঞ্চলিক গাঁও পঞ্চায়তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাস্তাটো অতি সোনকালে মেৰামতি কৰিলৈ দাবী জনাইছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0